Welcome to Lantro UI! Test link Buy now!
Posts

গুৰুত্বপূৰ্ণ দিৱস সমূহ

গুৰুত্বপূৰ্ণ দিৱস সমূহ

জানুৱাৰী
১ জানুৱাৰী জনতাৰ দিন, নৱবৰ্ষ প্ৰথম দিন।
৮ জানুৱাৰী আফ্ৰিকান নেচনেল কংগ্ৰেছ প্ৰতিষ্ঠা দিৱস।
৯ জানুৱাৰী প্ৰবাসী ভাৰতীয় দিৱস।
১০ জানুৱাৰী বিশ্ব হাস্য দিৱস।
১১ আনুৱাৰী লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস।
১২ জানুৱাৰীবিবেকামমদ জয়ন্তী, ৰাষ্ট্ৰীয় যুৱ দিৱস।
১৫ জানুৱাৰী সেনা দিৱস।
১৭ জানুৱাৰী শিল্পী দিৱস।
২৩ জানুৱাৰী নেতাজী দিৱস
২৫ জানুৱাৰী ৰাষ্ট্ৰীয় পৰ্যটন দিৱস, 
হিমাচল প্ৰদেশ দিৱস
২৬ জানুৱাৰী আন্তৰ্জাতিক সীমাশুক্ল দিৱস, 
ভাৰতৰ গণতন্ত্ৰ দিৱস
৩০ জানুৱাৰী শ্বহীদ দিৱস, কুষ্ঠ নিবাৰণ দিৱস, সৰ্বোদয় দিৱস

ফেব্ৰুৱাৰী
২ ফেব্ৰুৱাৰী বিশ্ব জলাশয় দিৱস
৭ ফেব্ৰুৱাৰী Rose দিৱস
৮ ফেব্ৰুৱাৰী Propose দিৱস, বিদাৰ্থী দিৱস
৯ ফেব্ৰুৱাৰী Chocolate দিৱস
১০ ফেব্ৰুৱাৰী Teddy দিৱস
১১ ফেব্ৰুৱাৰী Promise দিৱস
১২ ফেব্ৰুৱাৰী Hug দিৱস
১৩ ফেব্ৰুৱাৰী Kiss দিৱস
১৪ ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে’
২০ ফেব্ৰুৱাৰী অৰুণাচল আৰু মিজোৰাম দিৱস
২২ ফেব্ৰুৱাৰী চিন্তন দিৱস
২৪ ফেব্ৰুৱাৰী কেন্দ্ৰীয় আবকাৰী দিৱস
২৮ ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
২৯ ফেব্ৰুৱাৰী অধিবৰ্ষ বা লীপ ইয়েৰৰ বাবে বৰ্ধিত দিন।

মাৰ্চ
৪ মাৰ্চ ৰাষ্ট্ৰীয় নিৰাপত্ত দিৱস
৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস
১৫ মাৰ্চ বিশ্ব প্ৰতিবন্ধী দিৱস, 
বিশ্ব গ্ৰাহক দিৱস, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস
২১ মাৰ্চ বিশ্ব বন দিৱস, 
দিন-ৰাতি সমান দিন, বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস
২২ মাৰ্চ বিশ্ব জল দিৱস, 
বনৌষধি উদ্ভিদ দিৱস।
২৩ মাৰ্চ বিশ্ব বতৰ বিজ্ঞান দিৱস।
২৪ মাৰ্চ বিশ্ব যক্ষ্মা দিৱস।
২৬ মাৰ্চ বাংলাদেশ মুক্তি দিৱস।
২৭ মাৰ্চ বিশ্ব থিয়েটাৰ দিৱস।

এপ্ৰিল
১ এপ্ৰিল এপ্ৰিল ফুল ডে,  উৰিষ্যা দিৱস।
৪ এপ্ৰিল আন্তৰ্জাতিক খনি সজাগতা দিৱস।
৫ এপ্ৰিল ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস, সমতা দিৱস।
৭ এপ্ৰিল আলফাৰ প্ৰতিষ্ঠা দিৱস, বিশ্ব স্বাস্থ্য দিৱস।
১৩ এপ্ৰিল জালিৱানৱালাবাগ দিৱস।
১৪ এপিল অগ্নিসেৱা দিৱস, আম্বেদকাৰ জয়ন্তী।
১৫ এপ্ৰিল আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস।
১৭ এপ্ৰিল বিশ্ব হোমাফিলিয়া দিৱস।
১৮ এপ্ৰিল বিশ্ব ঐতিহ্য দিৱদ।
২২ এপ্ৰিল ধৰিত্ৰী দিৱস।
২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস, বিশ্ব কপি স্বত্ত্ব দিৱস।
২৪ এপ্ৰিল মানৱ একতা দিৱস।
২৬ এপ্ৰিল জনজাগৰণ দিৱস।
২৯ এপ্ৰিল আন্তৰ্জাতিক নৃত্য দিৱস।

মে
১ মে’মে’ দিৱস, আন্তৰ্জাতিক শ্ৰমিক দিৱস।
৩ মে’সংবাদ পত্ৰৰ স্বাধীনতা দিৱস, বিশ্ব এজমা দিৱস।
৮ মে’ৰেডক্ৰছ দিৱস।
৯ মে’বিশ্ব থেলাছ্মিয়া দিৱস।
১১ মে’ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
১২ মে’বিশ্ব নাৰ্ছ দিৱস, বিশ্ব হাইপাৰটেনছব ডে’।
১৩ মে’ৰাষ্ট্ৰীয় সংহতি দিৱস।
১৫ মে’আন্তৰ্জাতিক পৰিয়াল দিৱস।
১৭ মে’আন্তৰ্জাতিক সমাজ দিৱস, বিশ্বৰ দূৰ সংযোগ দিৱস।
২৯ মে’ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস।
৩১ মে’বিশ্ব ধূমপান বিৰোধী দিৱস।

জুন
৪ জুন আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস।
৫ জুন বিশ্ব পৰিৱেশ দিৱস।
১২ জুন বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।
১৪ জুন বিশ্ব ৰক্তদাতা দিৱস।
১৮ জুন বিশ্ব বনভোজ দিৱস।
২০ জুন বিশ্ব শৰণাৰ্থী দিৱস, ৰাভা দিৱস।
২১ জুন বিশ্ব সংগীত দিৱস।
২৬ জুন বিশ্ব ড্ৰাগছ দিৱস।

জুলাই
১ জুলাই চিকিৎসক দিৱস।
৭ জুলাই আন্তৰ্জাতিক সমবায় দিৱস।
১০ জুলাই ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস।
১১ জুলাই বিশ্ব জনসংখ্যা দিৱস।
১৪ জুলাই সততাৰ দিন।
১৮ জুলাই নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস।
২০ জুলাই পঢ়ুৱৈ দিৱস।

আগষ্ট
৬ আগষ্ট বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস, হিৰোছিমা দিৱস।
৯ আগষ্ট নাগাচাকি দিৱস, ভাৰত ত্যাগ আন্দোলন দিৱস।
১২ আগষ্ট আন্তৰ্জাতিক যুৱ দিৱস, গ্ৰন্থাগাৰিক দিৱস।
১৫ আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস।
২০ আগষ্ট সদ্ভাৱনা দিৱস।
২৩ আগষ্ট ক্ৰীতদাস ব্যৱসায়ৰ বিলোপ সাধনৰ আন্তৰ্জাতিক দিৱস।
২৯ আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, সংস্কৃত দিৱস।

ছেপ্তেম্বৰ
৫ ছেপ্তেম্বৰ শিক্ষক দিৱস।
৮ ছেপ্তেম্বৰ আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস, গণ সংগীতৰ দিন।
১৪ ছেপ্তেম্বৰ হিন্দী দিৱস।
১৫ ছেপ্তেম্বৰ অভিযন্তা দিৱস, সঞ্চয়িকা দিৱস, শিক্ষা-সাংবাদিকতাৰ দিন।
১৬ ছেপ্তেম্বৰ অ’জন স্তৰ সংৰক্ষণ দিৱস।
২১ ছেপ্তেম্বৰ এলজাইমাৰছ দিৱস, 
ৰাষ্ট্ৰসংঘৰ শান্তি আৰু অহিংসা দিৱস।
২৬ ছেপ্তেম্বৰ বিশ্ব বধিৰ দিৱস।
২৭ ছেপ্তেম্বৰ বিশ্ব পৰ্যটন দিৱস।

অক্টোবৰ
১ অক্টোবৰ বিশ্ব বৃদ্ধ দিৱস, বিশ্ব সংগীত দিৱস।
২ অক্টোবৰ গান্ধী জয়ন্তী, বিশ্ব অহিংসা দিৱস।
৩ অক্টোবৰ বিশ্ব আবাস দিৱস, বিশ্ব প্ৰকৃতি দিৱস।
৪ অক্টোবৰ বিশ্ব পশু কল্যাণ দিৱস।
৮ অক্টোবৰ ভাৰতীয় বায়ুসেনা দিৱস।
৯ অক্টোবৰ বিশ্ব ডাকঘৰ দিৱস।
১০ অক্টোবৰ বিশ্ব ডাক দিৱস।
১৩ অক্টোবৰ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক প্ৰাকৃতিক বিপৰ্যয় হ্ৰাসকৰণ দিৱস।
১৪ অক্টোবৰ বিশ্বমান দিৱস।
১৬ অক্টোবৰ বিশ্ব খাদ্য দিৱস।
১৭ অক্টোবৰ অসম ক্ৰীড়া দিৱস।
২০ অক্টোবৰ ৰাষ্ট্ৰীয় একতা দিৱস, বিশ্ব পৰিসংখ্যা দিৱস।
২৪ অক্টোবৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস, বিচব উন্নয়ন বাৰ্তা দিৱস।
২৫ অক্টোবৰ বিশ্ব শন্তি দিৱস।
২৯ অক্টোবৰ বিশ্ব ষ্ট্ৰোক দিৱস।
৩০ অক্টোবৰ বিশ্ব মিতব্যয়িতা দিৱস।
৩১ অক্টোবৰ ৰাষ্ট্ৰীয় সংহতি দিৱস।

নৱেম্বৰ
৯ নৱেম্বৰ আইন সেৱা দিৱস।
১০ নৱেম্বৰ বিশ্ব বিজ্ঞান দিৱস।
১৪ নৱেম্বৰ শিশু দিৱস, বহুমূত্ৰ দিৱস।
১৬ নৱেম্বৰ আন্তৰ্জাতিক সহিষ্ণুতা দিৱস, 
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস, বিশ্ব খাদ্য দিৱস।
১৭ নৱেম্বৰ বাট-পথত ক্ষতিগ্ৰস্ত হোৱা সকলৰ বিশ্ব স্মৰণ দিৱস।
১৮ নৱেম্বৰ স্থল সেনা দিৱস।
১৯ নৱেম্বৰ কৌমি একতা দিৱস, 
নাগৰিক দিৱস, সংহতি দিৱস।
২০ নৱেম্বৰ বিশ্ব শিশু অধিকাৰ দিৱস, সংখ্যালঘু কল্যাণ দিৱস।
২১ নৱেম্বৰ বিশ্ব টেলিভিছন দিৱস।
২৫ নৱেম্বৰ আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস।
২৬ নৱেম্বৰ আইন দিৱস।

ডিচেম্বৰ
১ ডিচেম্বৰ বিশ্ব এইডছ্‌ দিৱস।
২ ডিচেম্বৰ কম্পিউটাৰ স্বাক্ষৰতা দিৱস, প্ৰদূষণ বিৰোধী দিৱস, সীমান্ত নিৰাপত্তা বাহিনী দিৱস।
৩ ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱস।
৪ ডিচেম্বৰ নৌ সেনা দিৱস।
৫ ডিচেম্বৰ আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস।
৭ ডিচেম্বৰ আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন দিৱস, শস্য দিৱস, সেনাবাহিনী পতাকা দিৱস।
৯ ডিচেম্বৰ আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস।
১০ ডিচেম্বৰ মানৱ অধিকাৰ দিৱস, শ্বহীদ দিৱস (অসমত পালন কৰা হয়)।
১১ ডিচেম্বৰ আন্তৰ্জাতিক গিৰি দিৱস।
১৪ ডিচেম্বৰ পতাকা দিৱস।
১৮ ডিচেম্বৰ আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস, দলিত অধিকাৰ দিৱস।
২৩ ডিচেম্বৰ কৃষক দিৱস।
২৬ ডিচেম্বৰ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।

------*****------

Rate this article

Loading...

Post a Comment

Cookies Consent

This website uses cookies to ensure you get the best experience on our website.

Cookies Policy

We employ the use of cookies. By accessing Lantro UI, you agreed to use cookies in agreement with the Lantro UI's Privacy Policy.

Most interactive websites use cookies to let us retrieve the user’s details for each visit. Cookies are used by our website to enable the functionality of certain areas to make it easier for people visiting our website. Some of our affiliate/advertising partners may also use cookies.